Posts

Showing posts from May, 2020

Motoliya Botahe- Zubeen Garg

Motoliya Botahe- Zubeen Garg Film-Nayak     Singer-Zubeen Garg  Motoliya botahe uri aahi koleje Paharore suraake meghe  jaase hiyare aador Juritiye begere Xile xile jopiyai Aabegere koi jaai Huna piritir nai vagor Aabegor lagi botahot ure sou dikhe Moi kinu koru tumi nai mur kakhote Moi aasu gupone tumarei je vabote Umolisu protipol jaaga hridoy premoronot Boroniya phooloni Aabahoni duroni Taale taale nase pokhilai Muru buku kopise Ulahote nasise Kakhorote tumi di senai... Moi aasu tumare Dusokure kanhite Sol luwa dusoku jopaai Motoliya botahe uri aahi koleje Paharore suraake meghe  jaase hiyare aador Juritiye begere Xile xile jopiyai Aabegere koi jaai Huna piritir nai vagor... Vabonare uronit Nusuwai aajuri Kuwolire maya aatorai Horinir roopoke loi Senehi preyoxi hoi Dexa diya hiya hitolai Moi aasu tumatei Aasilu protime Tumar monot nite puhorai... Motoliya botahe uri aahi koleje Paharore suraake meghe  jaase hiyare aador Juritiye begere Xil...

Monole uvoti-Zubeen Garg

Monole uvoti-Zubeen Garg Monole uvoti aahe lorali Ture mure eti eti dhemali Aasilu ture moromote kheli Muru val laage taake xuwori... Monole uvoti aahe lorali Ture mure eti eti dhemali Tuke loi dekhu moi mure bukure eti eti xopun Aabege uxose bhabile toi tu mure aaxare joon Moiu dexu xopun Dine raatiye sun Praaye aajikali Lorali aajiu sun aatora nai Ahey kinu kom dada moiu turehe vai Monole uvoti aahe lorali Ture mure eti eti dhemali... Kidore pahoru ture moromoke ture senehoke Kotha dilu aaji aanimei aajuri xopunoke Aagole hobi toi mur porichoy Aaru lagisenu kiiiiii Muru mon tuloike aanim ejoni Bohutor major pora baasi baasi Koina xaaje aahibo nobou joni Manuhe manuh voribo rova toli ooooo Nan na na ra nana nana nan na Nan na na ra nana nana nan na Nan na na ra nana nana nan na Nan na na ra nana nana nan na..

Kajironga Bor Dhuniya-Zubeen Garg

Kajironga Bor Dhuniya-Zubeen Garg Male- Kajironga Bor Dhuniya Ekurenai Tulona Tatut koi Dhuniya Tumi kesa xunor Tukura Oo Dehar Morom Rong Songiya Muga sumoniyaa Sadorore Aanchol khon Taani Taani Baandhi Loba Sadorore Aanchol khon Taani Taani Baandhi Loba Female- Sivasagar Muhoniya Sargadeore Baatsora Naam Daangor Hilor Haaku Dekhiboloi Dhuniya Oo Monor khobor kobo khujile kakholoi aahiba Kumoliya ontor khon lahe lahe Buji Paba Kumoliya ontor khon lahe lahe Buji Paba Male- Tumi Kuwa Kothaxare Korise Mon Boliya Kenekoi phaali Dekhuwau Kumoliya kolijaa Oo Tumak Dekhar Dinai pora Holu Motoliya Tumiye Mur Moromjaan Juge Juge Jugomiya Tumiye Mur Moromjaan Juge Juge Jugomiya Female- Oo Dinor paahar rong songiya Rati hoi gum gumiyaa Morom seneh tene nohoi buli kiyo bhabisa Ooo kunu jone morom jaase Dhonere hunere Kunu jone ontor diye moromor bhaxhare Kunu jone ontor diye moromor bhaxhare Male- Mohahaagor noi nijora nedekhu duror pora Tumi kakhot nethakile kune dibo haantona ...

Tumi Suwa Jetia - Zubeen Garg

Tumi Suwa Jetia - Zubeen Garg তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিত ধৌ খেলে ৰ’দ দাৰি হাহিত মিচিকনি সোনাৰুৰ পাহি সজল সজল চাৱনিত ত’ৰাৰে জিলিকনি সেন্দুৰিয়া ওঠতে ক’থাৰে নিচুকনি বুকুৰ মাজত দেখো জাগে সপোন চকুৰ পতাত আকি তোমাক চিকুন তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই পুৱা দুচকু মেলি এপল দুপলা বেলি নিজম নিজম গধুলি তোমাকেই আশা পালি নিয়ৰ সনা শেৱালি ধৰি আছে পদুলি তুমি গৰকি গ’লেই সিও হ’ব সোনালী এখোজ দুখোজ তুমি নিচেই কাষত উলাহে নধৰা হাহি বুকুৰ মাজত এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি

I Love You Buli Kolu Moi - Jantra - Zubeen Garg

I Love You Buli Kolu Moi - Jantra - Zubeen Garg আই লাভ ইউ বুলি কলো ম‍ই তুমি চাগে নুহুনিলা কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা আই নিড ইউ বুলি কলো ম‍ই তুমি চাগে নুবুজিলা বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা তিনিআলিতে লগ পোৱা দুটি মিঠা কথা কাজল কাজল কাজল চকুত সপোন দেখা চাইকেলত টিউচন যোৱা পিছে পিছে ম‍ই যোৱা বেকাকৈ তুমি চোৱা তোমালৈ ম‍ই চোৱা তুমি চাগে পাহৰিলা বুকুতে যে ন’ৰলা তুমি চাগে নুবুজিলা বুকুতে যে ন’থলা বুকু আজি উদাস উদাস উদাস উদাস উদং কলেজৰ কেন্টিনত গজা আৰু চাহ খোৱা সকলোৱে জোকোৱা আছিল জানো মিচা ৰাতি ৰাতি অকলে তোমাক লৈ নিৰলে গুপুতে সপোন গোথা আজি দেখো মিচা তুমি চাগে পাহৰিলা বুকুতে যে ন’ৰলা তুমি চাগে নুবুজিলা বুকুতে যে ন’থলা বুকু আজি উদাস উদাস উদাস উদাস উদং

Dusokure Nilare - Mukha - Zubeen Garg

Dusokure Nilare - Mukha - Zubeen Garg দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ দুচকুৰে নীলাৰে মাজতে তুমি তৰা জ্বলা আকাশত নিহাৰিকা তুমি তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে এই হাহি চিৰদিনৰ প্ৰাণ পালে হেপাহে তোমাৰ উশাহে উশাহে এই হেপাহ চিৰকালৰ তোমাৰ হাহিৰে ভৰে প্ৰতিটো পুৱা প্ৰতিটো নিশা দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই সুন্দৰৰে ৰূপতে মৰমে আহি নামিলে এই মৰম মোৰ প্ৰাণৰ সাৰ পালে শবদে নিৰৱে থাকি হঠাতে এই শবদ মোৰ গানৰ তোমাৰ বুকু নিগৰি নিগৰি নামে ৰূপহি ফাগুন দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

Pakhitei Pakhi Logai - Zubeen Garg

Pakhitei Pakhi Logai - Zubeen Garg পাখিতেই পাখি লগাই উৰিবলে মন দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন এথৰ দুথৰ মোৰ হেপাহৰ মুঠি এমুঠি তোমাৰ আদৰৰ তাতেই নাচি ৰ’ব দুই জোনাকি মন কোন অমানিশা কোনোবা এন্ধাৰে আগচিব খুজিলে মোক অজানিতে তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি ইটো সিটো কৈ বহুটো আশা তোমাৰ সহাৰিতে জিৰাব খোজা তাতেই বাকি দিয়া এফেৰি মৰম দেই পুৰি নিয়া মোৰো সীমনা ৰৈ আছো জানানে তোমাৰে ভৰষাত নোৱাৰো এখোজো দিবলে অকলসৰে ম‍ই অকলে আহোতে আহা সপোন এটি হৈ যাও বুলি গ’লে বুকু ভাঙে ঐ নেলাগে নেলাগে বেলেগে মৰম

Anuradha - Zubeen Garg

Anuradha - Zubeen Garg যুগে যুগে প্ৰতি খোজে তোমাতেই ম‍ই হ’ম বিলীন এন্ধাৰৰে চুকে চুকে আছো ম‍ই তোমাতেই লীন অনুৰাধা অনুৰাধা সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ অনুৰাধা অনুৰাধা চকুয়েদি বৈ আহে নিদ্ৰাহিন কবিতা এন্ধাৰতো জ্বলি মৰে নজলোৱা শলিতা সপোনৰো শেষ আছে শেষ নহয় হতাশা জ্বলি জ্বলি জ্বলে মাথো হেৰুৱালো ওঠৰ ভাষা অনুৰাধা অনুৰাধা চকুৰে নৈ বৈ বৈ বৈ আহে নিৰৱতা সুখে দুখে জীৱনে দি যায় নীৰ ব্য়াকুলতা জীৱনৰো শেষ আছে শেষ নহয় জিজ্ঞ্য়াসা মৃত্য়ুয়ে চুমা যাচে চুমাতেই যেন প্ৰত্য়াষা অনুৰাধা অনুৰাধা

Sonali Mon - Zubeen Garg

Sonali Mon - Zubeen Garg সোণালী মনৰ মালিকণী সোণালী সপোন দিয়া আনি চুটি চুটি খোজ দি লাহে লাহে আহিছা কাজলে মেৰা দুচকু লাজেৰে তুলিছা ধপ ধপ কৰে বুকু মোৰ জ্বলে মন মোৰ কৰাহি যুৰ প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ তোমাৰ ভাৱনাই বুকুত ভীৰ লগায় মোৰ দিন ৰাতিৰ চিন চাব নাই ফাগুনে জিৰোৱা মদাৰ ফুলেও তোমাৰ ছবিকে দেখায় ধপ ধপ কৰে বুকু মোৰ জ্বলে মন মোৰ কৰাহি যুৰ প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ পথাৰ উপচা যেন শালিদৰা মোৰ মৰম তোমালৈ অযুত যৌৱনে বিছাৰে তোমাকে পাবলৈ তোমাক নিচেই কাষত ধপ ধপ কৰে বুকু মোৰ জ্বলে মন মোৰ কৰাহি যুৰ প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

Mon Jai - Zubeen Garg

Mon Jai - Zubeen Garg মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় চকুত চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে মন যায় মোৰো মন যায় চকুত চকু থ’ব মন যায় তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদি হৈ মৰম সুতি বয় ধৌ বোৰ তাত হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো মন যায় মন যায় মন যায় টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা মন তোক কিদৰে যোৰা দিও খেলি মেলি বোৰে ধুই শেতা কৰা বুকুৰ কিহৰে নো ৰং সানো বেদনা বেদনা মোৰ ভাল পোৱা তোমাক হেৰুৱাই পাথৰ হিয়া মন যায় মন যায় মন যায় সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে এইয়া মোৰ সুভকামনা লাহে লাহে আতৰাই আনি ল’লো ম‍ই মোক তোমাৰ পৰা কিনো হ’ল সপোন সপোনেই ৰ’ল সাধনা আজি যে আধৰুৱা হ’ল মন যায় মন যায় মন যায় 

Diya Ghurai Diya - Zubeen Garg

Diya Ghurai Diya - Zubeen Garg দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আইতাৰে সাধু তৰালি সৰা চোতাল সেইয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী অ’ আমি আমিয়েই চোন পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন আনা ঘূৰাই আনা ধৰা নিভাজ হিয়াৰ শেৱালি পাহিত দুভৰি থুনুক থানাক সেইয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী অ’ অমি অমিয়েই চোন পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন ক খ গ ঘ আৰু ঙ পাটীগণিত আৰু কুহিপাঠ পঢ়ালা পঢ়ি আছো শিকালা শিকি আছো এতিয়া কিয় দিয়া মৰণ আঘাত বুৰন্জীৰে পাত লুতিয়ালে আমাৰ মৰমে দিব সকীয়াই যদিহে আমাৰ অস্তিত্ব নাই তেনে বুৰন্জী কোনেও নাচায়

Endhare - Rodor Sithi

Endhare - Rodor Sithi এন্ধাৰে এন্ধাৰে এটি জোনাকি উৰি আহি মোৰ বুকুত শুলে এন্ধাৰে এন্ধাৰে এটি জোনাকি উৰি আহি মোৰ বুকুত শুলে তোমাৰ কথা ভাবিলে আকাশত নিৰলে তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে এটি তৰা ফুল ফুলে এন্ধাৰে এন্ধাৰে এটি জোনাকি উৰি অহি মোৰ বুকুত শুলে মোৰ বুকুত এজোপা গোলাপ (কোনে ৰুলে) তেজতে এটোপাতৰ ধালি (হৃদয় কোনে চুলে) - ২ তোমাৰ কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে জোনাকিৰ জাপ জ্বলে মোৰ তেজৰ কোহে কোহে এন্ধাৰে এন্ধাৰে এটি জোনাকি উৰি অহি মোৰ বুকুত শুলে

Protidine - Rodor Sithi

Image
Protidine - Rodor Sithi প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল - ২ এপাহি হাহি এপাহি দুখ তাৰেই সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল আকাশে গাতে ল’বৰে মন সাগৰ তলিত শুৱৰে মন মনৰ চিলা উৰুৱাই জীৱনে - ২ সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় হৃদয় কপোৱা গান এটি পোৱা নোপোৱাৰ সুৰ এটি তাতেই হেৰাই ছন্দ মোৰ হয়তো বা - ২ তথাপি সপোনৰ সপোনৰে দিঠকত তোমাক আদৰো সেন্দুৰীয়া বাটত