অসমীয়াৰ সন্মানসূচক উপাধি
অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকা
(১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য
(২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা(৪) অসম গৌৰৱ : হেম বৰুৱা
(৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
(৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ
(৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী
(৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন
(৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা
(১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
(১২) দেশভক্ত : তৰুণৰাম ফুকন
(১৩) দেশপ্রাণ : লক্ষীধৰ শর্মা
(১৪) বীৰবালা : কনকলতা
(১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা
(১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
(১৭) নটসূর্য : ফনী শর্মা
(১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ
(১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি
(২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী
(২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী
(২২) বাগ্মীবৰ/ ককা : নীলমনি ফুকন
(২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
(২৪) পাপৰিৰ কবি : গণেশ গগৈ
(২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
(২৬) লোকনায়ক : অমিয় কুমাৰদাস
(২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা
(২৮) অসমৰ বেকন : সত্যনাথ বৰা
(২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী
(৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
(৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা
(৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ
(৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা
(৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
(৩৫) ৰঙাজিয়াঁৰ কবি : মহিম বৰা
(৩৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
(৩৭) বনকোঁৱৰ : আনন্দিৰাম দাস
(৩৯) সংগীতাচাৰ্য : লক্ষীৰাম বৰুৱা
(৪০)সাহিত্যৰত্ন : চন্দ্ৰধৰ বৰুৱা
(১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য
(২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা(৪) অসম গৌৰৱ : হেম বৰুৱা
(৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
(৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ
(৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী
(৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন
(৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা
(১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
(১২) দেশভক্ত : তৰুণৰাম ফুকন
(১৩) দেশপ্রাণ : লক্ষীধৰ শর্মা
(১৪) বীৰবালা : কনকলতা
(১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা
(১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
(১৭) নটসূর্য : ফনী শর্মা
(১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ
(১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি
(২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী
(২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী
(২২) বাগ্মীবৰ/ ককা : নীলমনি ফুকন
(২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
(২৪) পাপৰিৰ কবি : গণেশ গগৈ
(২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
(২৬) লোকনায়ক : অমিয় কুমাৰদাস
(২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা
(২৮) অসমৰ বেকন : সত্যনাথ বৰা
(২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী
(৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
(৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা
(৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ
(৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা
(৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
(৩৫) ৰঙাজিয়াঁৰ কবি : মহিম বৰা
(৩৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
(৩৭) বনকোঁৱৰ : আনন্দিৰাম দাস
(৩৯) সংগীতাচাৰ্য : লক্ষীৰাম বৰুৱা
(৪০)সাহিত্যৰত্ন : চন্দ্ৰধৰ বৰুৱা
Comments
Post a Comment