২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ হব গুণোৎসৱ
কিছুদিন পূৰ্বে খবৰ প্ৰকাশ পাইছিল যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গুণোৎসৱ অনুষ্ঠিত হব বুলি । কিন্তু শিক্ষা বিভাগে নতুনকৈ খবৰ প্ৰকাশ কৰিছে যে ডিচেম্বৰ মাহত গুণোৎসৱ অনুষ্ঠিত নহয় ৷ তাৰ পৰিৱৰ্তে শিক্ষা বিভাগে জানুৱাৰীতহে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছে ৷ শিক্ষা বিভাগৰ এটা সূত্র মতে ২০২০ বৰ্ষৰ প্ৰথম মাহৰ পহিলা সপ্তাহত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব বুলি খবৰ প্ৰকাশ পাইছে ৷ সেইদৰে দ্বিতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব জানুৱাৰী মাহৰে শেষৰটো সপ্তাহত ৷ আনহাতে সুত্ৰটোৱে জনোৱা মতে প্রথম পর্যায়ৰ গুণোৎসৱ ১৬খন জিলাত আৰু দ্বিতীয় পর্যায়ৰ গুণোৎসৱ ১৭খন জিলাত অনুষ্ঠি ত হ’ব ৷
Copyright Holder: News Assam
ইয়াৰে প্রথম পর্যায়ত মৰিগাঁও, নলবাৰী, শিৱসাগৰ,বঙাইগাঁও, কাছাৰ, চৰাইদেউ, ধেমাজি, ডিব্রুগড়, শোণিতপুৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি,হোজাই, যোৰহাট, কামৰূপ, কার্বি আংলং, কোকৰাঝাৰ
জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷আৰু দ্বিতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ক্রমে– চিৰাং, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা,বাক্সা, বৰপেটা, বিশ্বনাথ,গোলাঘাট, লখিমপুৰ, মাজুলী, নগাঁও, তিনিচুকীয়া আৰু কার্বি আংলং,হাইলাকান্দি, কামৰূপ (মহানগৰ), কৰিমগঞ্জ জিলাত ৷

Comments
Post a Comment