তিটো ছহিদ পৰিয়াললৈ বিগ বি অমিতাভ বচ্চনৰ পাঁচ লাখ টকাৰ সাহাৰ্য
পুলুৱমাত ছহিদ হোৱা প্ৰতিটো পৰিয়াললৈ বিগ বি অমিতাভ বচ্চনে পাঁচ লাখ টকাৰ সাহাৰ্য আগবঢ়াব৷ এই কথা নিশ্চিত কৰিছে বিগবিৰ মুখপাত্ৰ৷ শনিবাৰে বিৰাট কোহলী ফাউণ্ডেশ্যনৰ এক অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থকা বিগবিয়ে সঁচা অৰ্থাৎ বলিউদৰ বিগবি বুলি নিজকে প্ৰতিষ্ঠা কৰিছে৷ ইপিনে, পাকিস্তানৰ অনুষ্ঠান বাতিল কৰিছে শ্বাবানা আজমী আৰু জাভেদ আখতাৰে৷ আনহাতে, ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ত্ৰিশ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়াব বুলি জানিব পৰা গৈছে৷
Comments
Post a Comment